May 24, 2024 12:08 PM

views 22

৬ লাখ ৮০ হাজাৰ মোবাইল নম্বৰ ভুৱা আৰু অবৈধ বুলি চিনাক্ত চৰকাৰৰ

চৰকাৰে প্ৰায় ৬ লাখ ৮০ হাজাৰ মোবাইল নম্বৰ ভুৱা আৰু অবৈধ বুলি চিনাক্ত কৰিছে। এই নম্বৰসমূহ অবৈধ, অস্তিত্বহীন, ভুৱা পৰিচয়পত্ৰ আৰু নকল কে ৱাই চি নথি ব্যৱহাৰ কৰি লাভ কৰা বুলি সন্দেহ কৰা হৈছে। দূৰ সংযোগ বিভাগে চিনাক্ত কৰা এই নম্বৰসমূহৰ ততালিকে পুনৰ সত্যায়ন সম্পন্ন কৰিবলৈ দূৰ সংযোগ সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠানসমূহক নিৰ্দেশ দিছে। ৬০ দিনৰ ভিতৰত পুনৰ সত্যায়ন সম্পূর্ণ নকৰিলে এই নম্বৰসমূহ বাতিল কৰা হ'ব। আমাৰ সংবাদদাতাই জনাইছে যে, দূৰ সংযোগ বিভাগে বিভিন্ন ক্ষেত্ৰৰ সহযোগত আৰু কৃত্রিম বুদ্ধিমত্তা প্রযুক্তি ব্...