January 13, 2025 10:46 AM

views 14

থাইলেণ্ডৰ বেংককত আজিৰে পৰা পঞ্চম আছিয়ান ডিজিটেল বিষয়ক মন্ত্ৰীসকলৰ বৈঠক

থাইলেণ্ডৰ বেংককত আজিৰে পৰা পঞ্চম আছিয়ান ডিজিটেল বিষয়ক মন্ত্ৰীসকলৰ বৈঠক অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত ডিজিটেল নীতিৰ বাবে দায়বদ্ধ আছিয়ান মন্ত্ৰীসকলে একেলগে অঞ্চলটোৰ ডিজিটেল ভৱিষ্যতৰ বিষয়ে আলোচনা কৰাৰ লগতে ভাৰত, চীন, জাপান, দক্ষিণ কোৰিয়া আৰু আমেৰিকাকে ধৰি অংশীদাৰ দেশসমূহৰ সৈতে সহযোগিতা বৃদ্ধি কৰা হ'ব। বৈঠকৰ এই বছৰৰ বিষয়বস্তু হৈছে- নিৰাপদ, উদ্ভাৱনীমূলক, অন্তকৰণৰ দ্বাৰা আছিয়ানৰ ডিজিটেল ভৱিষ্যত গঢ় দিয়া। এই বৈঠকত সীমান্তৰ গোপনীয়তা, ডিজিটেল পৰিচয় পৰীক্ষণ ব্যৱস্থা আৰু কৃত্রিম বুদ্ধিমত্তাৰ ওপৰতো ...