February 22, 2025 9:21 PM

views 15

ৰাজহুৱা প্ৰশাসনৰ উৎকৰ্ষতাৰ বাবে প্ৰধানমন্ত্ৰী বঁটা ২০২৪ৰ বাবে ১,৫০০ৰো অধিক মনোনয়ন লাভ

ৰাজহুৱা প্ৰশাসনৰ উৎকৰ্ষতাৰ বাবে প্ৰধানমন্ত্ৰী বঁটা ২০২৪ৰ বাবে ১,৫০০ ৰো অধিক মনোনয়ন লাভ কৰা হৈছে। এই বঁটাৰ লক্ষ্য হৈছে তিনিটা শিতানৰ অধীনৰ অসামৰিক কৰ্মচাৰীৰ অৱদানক স্বীকৃতি দিয়া। এই শিতানসমূহ হ'ল- জিলাসমূহৰ সামগ্রিক উন্নয়ন, অভিলাসী উন্নয়ন খণ্ড আৰু উদ্ভাৱন। জিলাসমূহৰ সামগ্রিক উন্নয়ন আৰু অভিলাসী উন্নয়ন খণ্ড শিতানত মুঠ ৫টা বঁটা দিয়া হ'ব। আনহাতে ৬টা বঁটা উদ্ভাৱন শিতানত প্ৰদান কৰা হ'ব । কৰ্মচাৰী, ৰাজহুৱা ওজৰ-আপত্তি নিষ্পত্তি আৰু পেন্সন মন্ত্ৰালয়ে জনোৱা মতে এই বঁটাৰ বাবে ৭১০ খন জিলাই পঞ্জীয়ন ক...