April 17, 2025 8:23 PM April 17, 2025 8:23 PM

views 8

পাকিস্তানত প্ৰচণ্ড শিলাবৃষ্টি আৰু ব্ৰজপাতৰ ফলত কমেও ৫ জন লোকৰ মৃত্যু

পাকিস্তানত হোৱা প্ৰচণ্ড শিলাবৃষ্টি আৰু ব্ৰজপাতৰ ফলত কমেও ৫ জন লোকৰ মৃত্যু ঘটিছে। এই শিলাবৃষ্টিৰ ফলত দেশখনৰ ইছলামাবাদ, পঞ্জাব আৰু খাইবাৰ পাখতুনখৱাৰ বিভিন্ন অঞ্চলত যথেষ্ট ক্ষতি সাধন হৈছে। শিলাবৃষ্টিৰ ফলত যান-বাহন, ঘৰ দুৱাৰৰ লগতে ইছলামাবাদত থকা ফইজল মছজিদতো বিস্তৰ ক্ষতি হয়। খাইবাৰ পাখতুনখৱা অঞ্চলত কৃত্রিম বানৰ ফলত যানজটৰ সৃষ্টি হোৱাৰ লগতে জনজীৱন বিধবস্ত হয়। অঞ্চলটোত ব্ৰজপাতৰ ফলত এজন সৈনিকৰ মৃত্যু হৈছে। পঞ্জাবত দেৱাল খহি পৰা আৰু ব্ৰজপাতৰ ঘটনাত ৩ জন লোকৰ মৃত্যু হৈছে। সমগ্ৰ অঞ্চলটোত এই শিলাবৃষ্টিৰ খ...