December 3, 2025 8:48 PM

views 24

বৰপেটাত আজিৰে পৰা চতুৰ্থ ৰাষ্ট্ৰীয় গ্ৰন্থ আৰু বিজ্ঞান মেলা

বৰপেটাত আজিৰে পৰা চতুৰ্থ ৰাষ্ট্ৰীয় গ্ৰন্থ আৰু বিজ্ঞান মেলা অনুষ্ঠিত হৈছে। বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ড° বাবুল চন্দ্ৰ দাসে আজি বৰপেটা পৌৰ সভা খেলপথাৰত অনুষ্ঠিত এই গ্ৰন্থমেলা আৰু বিশিষ্ট উদ্ভাৱনক উদ্ধৱ ভড়ালীয়ে বিজ্ঞান মেলা উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয় যে দুবছৰৰ মুৰে মুৰে অনুষ্ঠিত বৰপেটাৰ এই গ্ৰন্থমেলাতে প্ৰথমবাৰৰ বাবে বিজ্ঞান মেলাৰ সংযোজন হৈছিল। বৰপেটা গ্ৰন্থমেলাৰ এই আৰ্হিতেই পৰৱৰ্তী সময়ত অসম সাহিত্য সভাকে ধৰি আন আন গ্রন্থমেলাতো বিজ্ঞা...