October 26, 2025 11:42 AM

views 117

মালয়েছিয়াৰ কুৱালালামপুৰত অন্তৰ্ভুক্তি আৰু বহনক্ষমতা সম্পৰ্কীয় শীৰ্ষ সন্মিলনৰ সৈতে ৪৭ সংখ্যক আছিয়ান শীর্ষ সন্মিলন অনুষ্ঠিত

মালয়েছিয়াৰ কুৱালালামপুৰত আজিৰে পৰা অন্তৰ্ভুক্তি আৰু বহনক্ষমতা সম্পৰ্কীয় শীৰ্ষ সন্মিলনৰ সৈতে ৪৭ সংখ্যক আছিয়ান শীর্ষ সন্মিলন অনুষ্ঠিত হ'ব। আছিয়ান শীর্ষ সন্মিলনত উদ্বোধনী অনুষ্ঠানত আছিয়ান ৰাষ্ট্ৰগোষ্ঠীৰ সকলো সদস্য ৰাষ্ট্ৰৰ নেতাসকল উপস্থিত থাকিব। এই সন্মিলনত তিম'ৰ – লেষ্টেক আছিয়ান ৰাষ্ট্ৰগোষ্ঠীত অন্তর্ভুক্তি সন্দৰ্ভত ঘোষণাপত্র স্বাক্ষৰ কৰা হ'ব। ইয়াৰ লগে লগে তিম'ৰ লেষ্টে আছিয়ান ৰাষ্ট্ৰগোষ্ঠীৰ একাদশ সদস্য ৰাষ্ট্ৰৰূপে পৰিগণিত হ'ব। মালয়েছিয়াত হ'বলগীয়া বিভিন্ন সন্মিলনৰ ভিতৰত আছিয়ান শীৰ্ষ সন্...