November 14, 2024 8:48 PM

views 8

নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজিৰে পৰা ৪৩সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা

নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজিৰে পৰা ৪৩ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে আজি ১৪ দিনীয়া এই বাণিজ্য মেলা উদ্বোধন কৰে। এইবাৰৰ বাণিজ্য মেলাৰ বিষয়বস্তু হৈছে— ‘২০৪৭ চনত বিকশিত ভাৰত'। এইবাৰৰ মেলাত ঝাৰখণ্ডক বিশেষ গুৰুত্ব প্ৰদান কৰা লগতে বিহাৰ আৰু উত্তৰ প্ৰদেশে অংশীদাৰী ৰাজ্য হিচাপে ভাগ লৈছে। এই বাণিজ্য মেলাত চীন, ইজিপ্ত, ইৰাণ, দক্ষিণ কোৰিয়া, থাইলেণ্ড, তুৰস্ক, সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰকে আদি কৰি ১১ খন দেশে অংশগ্ৰহণ কৰিছে। আজিৰে ...