June 9, 2025 8:09 PM
ৰাজা ৰঘুবংশীৰ হত্যাৰ সৈতে জড়িত ৪জন লোকক গ্ৰেপ্তাৰ কৰাৰ কথা নিশ্চিত
মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী প্রেষ্টন টিনচঙে ইন্দোৰৰ যুৱক ৰাজা ৰঘুবংশীৰ হত্যাৰ সৈতে জড়িত থকা ৪ জন লোকক গ্ৰেপ্তাৰ কৰাৰ কথা নিশ্চিত কৰিছে। ৩০ বছৰীয়া ৰাজা ৰঘুবংশীক হত্যাৰ বাবে পত্নী সোনম ৰঘুব...