May 10, 2025 11:38 AM
6
উত্তৰ আৰু পশ্চিম ভাৰতৰ ৩২টা বিমানবন্দৰ অহা ১৪ মে’লৈ সাময়িকভাৱে বন্ধ
ভাৰতীয় বিমান প্ৰাধিকৰণে সকলো অসামৰিক বিমান সঞ্চালনৰ বাবে অহা ১৪ মে'লৈ উত্তৰ আৰু পশ্চিম ভাৰতৰ ৩২টা বিমানবন্দৰ সাময়িকভাৱে বন্ধ ৰখাৰ কথা ঘোষণা কৰিছে। গুৰুত্বপূৰ্ণ স্থানসমূহৰ ভিতৰত অমৃতসৰ, চণ্ডীগড়, জম্মু, শ্ৰীনগৰ, ভূজ, জামনগৰ, জয়চলমেৰ, পাঠানকোট আৰু আন কেইবাটাও স্থানৰ বিমানবন্দৰ আছে। ইপিনে, দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰে আজি পুনৰ স্বাভাৱিক সেৱা আৰম্ভ কৰিছে। অৱশ্যে পাকিস্তানৰ সৈতে সামৰিক উত্তেজনাৰ মাজতে সুৰক্ষা ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি যাত্ৰীসকলৰ বাবে কিছু নিৰ্দেশনাও জাৰি ক...