June 18, 2025 12:52 PM

views 8

ছত্তিশগড়ৰ পেড্ডাকোমাত ৩জন গাঁওবাসীক হত্যা, ১২ জন লোকক অপহৰণ মাওবাদীৰ

ছত্তিশগড়ৰ বিজাপুৰ জিলাৰ পেড্ডাকোমাত কালি সন্ধিয়া মাওবাদীয়ে তিনিজন গাঁওবাসীক হত্যা কৰাৰ লগতে ১২ জন লোকক অপহৰণ কৰে। সন্দেহযুক্ত মাওবাদীসকলে আত্মসমৰ্পন কৰা পূৰ্বৰ এজন মাওবাদীৰ পৰিয়ালক লক্ষ্য কৰি নিৰ্দোষী গাওঁবাসীৰ ওপৰত অত্যাচাৰ চলায়। বিজাপুৰৰ অতিৰিক্ত আৰক্ষী আধীক্ষক চন্দ্ৰকান্ত গোভানাই সাংবাদিকৰ আগত কয়, যে তেওঁলোকে এই ঘটনাৰ প্ৰাৰম্ভিক তথ্য লাভ কৰাৰ পাছতে ঘটনাস্থলীলৈ এটা দল প্ৰেৰণ কৰে। মাওবাদীয়ে গাওঁবাসী কেইজনক হত্যা কৰাৰ লগতে প্রায় ৭ গৰাকী লোকক বেয়াকৈ মাৰপিট কৰে বুলি অতিৰিক্ত আৰক্ষী অধীক্ষ...