June 9, 2025 1:32 PM
প্ৰবল বৰষুণ আৰু ভূমিস্খলনৰ ফলত উত্তৰ ছিকিমৰ ছাতেনত আবদ্ধ ২৮জন লোকৰ লগতে ২০গৰাকী সেনা জোৱানক উদ্ধাৰ
প্ৰবল বৰষুণ আৰু ভূমিস্খলনৰ ফলত উত্তৰ ছিকিমৰ ছাতেনত আবদ্ধ হৈ থকা ২৮ জন লোকৰ লগতে ২০ গৰাকী সেনা জোৱানক কালি হেলিকপ্টাৰেৰে উদ্ধাৰ কৰা হয়। কালি চলোৱা দুটা উদ্ধাৰ অভিযানত প্ৰথমতে শিশু, পর্যটন ...