ডাউনলোড
মোবাইল এপ

android apple
signal

June 6, 2025 9:22 PM

২৬–১১ৰ মুম্বাই আক্ৰমণৰ সৈতে জড়িতৰ অভিযোগত অভিযুক্ত তাহাবুৰ হুছেইন ৰাণাৰ ন্যায়িক জিম্মাৰ ম্যাদ ৯ জুলাইলৈ বৃদ্ধি

দিল্লীৰ এখন আদালতে আজি ২৬–১১ৰ মুম্বাই আক্ৰমণৰ সৈতে জড়িত থকাৰ অভিযোগত অভিযুক্ত তাহাবুৰ হুছেইন ৰাণাৰ ন্যায়িক জিম্মাৰ ম্যাদ ৯ জুলাইলৈকে বৃদ্ধি কৰিছে। আজি অভিযুক্ত ৰাণাক ভি ডি অ' কনফাৰেন্স...