August 30, 2025 11:10 AM
চীনৰ চিনজিয়াঙত অনুষ্ঠিত তৃতীয় বেল্ট এণ্ড ৰোড আন্তঃৰাষ্ট্ৰীয় যুৱ বক্সিং গালাত ভাৰতৰ জুনিয়ৰ বক্সাৰৰ সফলতা
চীনৰ চিনজিয়াঙত অনুষ্ঠিত ১৭, ১৯ আৰু ২৩ বছৰ অনুর্ধ তৃতীয় বেল্ট এণ্ড ৰোড আন্তঃৰাষ্ট্ৰীয় যুৱ বক্সিং গালাত ভাৰতৰ জুনিয়ৰ বক্সাৰসকলে ৭টা সোণ, ৭টা ৰূপ আৰু ১২টা ব্ৰঞ্জৰ পদকসহ মুঠ ২৬টা পদক লাভ কৰ...