May 8, 2025 10:34 AM
চত্তিশগড়ৰ বিজাপুৰত সুৰক্ষা বাহিনীৰে হোৱা সংঘৰ্ষত ২২জন মাওবাদী নিহত
চত্তিশগড়ৰ বিজাপুৰ জিলাত কালি সুৰক্ষা বাহিনীৰ সৈতে হোৱা এটা সংঘৰ্ষত কমেও ২২ জন মাওবাদী নিহত হয় । তেলেংগানাৰ সীমান্তৱৰ্তী বিজাপুৰ জিলাৰ কৰগুটা পাৰ্বত্য এলেকাত ভালেসংখ্যক মাওবাদীয়ে আত্...