December 11, 2024 2:47 PM

views 22

আই আই টি গুৱাহাটীত অনুষ্ঠিত স্মার্ট ইণ্ডিয়া হেকাথনত মুঠ ২০ টা দলে অংশগ্ৰহণ কৰিছে

আই আই টি গুৱাহাটীত অনুষ্ঠিত স্মার্ট ইণ্ডিয়া হেকাথন আজি পুৱা সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদৰ অধ্যক্ষ ড° টি জি সীতাৰামে উদ্বোধন কৰে। হেকাথনত মুঠ ২০ টা দলে অংশগ্ৰহণ কৰিছে। কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে আজি দেশৰ মুঠ ৫১টা কেন্দ্ৰত হেকাথনৰ সপ্তম সংস্কৰণৰ গ্ৰেণ্ড ফিনালে অনুষ্ঠান ভার্চুৱেল ব্যৱস্থাৰে উদ্বোধন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে এই অনুষ্ঠানত যুৱ উদ্ভাৱকসকলৰ সৈতে মত-বিনিময় কৰিব। অনুষ্ঠানত এহেজাৰ তিনিশতকৈও অধিক শিক্ষাৰ্থীৰ দলে অংশগ্রহণ কৰি...

October 18, 2024 8:57 PM

views 11

খচৰা মধ্যস্থতা আৰু আপোচ সংশোধনী বিধেয়ক ২০২৪ সন্দৰ্ভত চৰকাৰৰ দিহা-পৰামৰ্শৰ আহ্বান

চৰকাৰে খচৰা মধ্যস্থতা আৰু আপোচ সংশোধনী বিধেয়ক ২০২৪ সন্দৰ্ভত দিহা-পৰামৰ্শ বিচাৰিছে। আইন আৰু ন্যায় মন্ত্ৰ্যালয়ে কৈছে যে দেশত বিবাদ নিষ্পত্তি বাতাবৰণ সুদৃঢ় আৰু ব্যৱসায় সুচল কৰাৰ বাবে ভালেমান পদক্ষেপ লৈছে। মন্ত্রালয়ে কৈছে যে আইন পৰিক্ৰমা বিভাগে সম্প্ৰতি ১৯৬৬ চনৰ মধ্যস্থতা আৰু আপোচ আইন সংশোধনৰ প্ৰক্ৰিয়া গ্ৰহণ কৰিছে। প্রতিষ্ঠানগত মধ্যস্থতা ব্যৱস্থাৰ প্ৰসাৰ, মধ্যস্থতা প্ৰক্ৰিয়াত ন্যায়ালয়ৰ হস্তক্ষেপ কম কৰা আৰু সময়মতে মধ্যস্থতা প্রক্রিয়া সম্পূৰ্ণ কৰাই সংশোধিত বিধেয়কখনৰ মূল উদ্দেশ্য। আইন পৰিক...

October 16, 2024 11:24 AM

views 23

নতুন দিল্লীত ৱাক্‌ফ সংশোধনী বিধেয়কক লৈ যুটীয়া সংসদীয় কমিটীৰ আলোচনা

সংসদৰ উভয় সদনৰ সদস্যক লৈ গঠিত যুটীয়া সংসদীয় কমিটীয়ে কালি নতুন দিল্লীত ৱাক্‌ফ সংশোধনী বিধেয়কক লৈ আলোচনা কৰে। লোকসভাৰ সাংসদ জগদম্বিকা পালৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত বিধেয়কখন সন্দৰ্ভত সংখ্যালঘু মন্ত্ৰ্যালয়ৰ প্ৰতিনিধিৰ মৌখিক সাক্ষ্য গ্রহণ কৰা হয়। ৱাক্‌ফ বোৰ্ডৰ কার্যপ্ৰণালীৰ ত্ৰুটি দূৰ কৰা আৰু ৱাক্‌ফ সম্পত্তিৰ প্ৰশাসন আৰু ব্যৱস্থাপনাৰ দক্ষতা বৃদ্ধিয়ে ৱাক্‌ফ সংশোধনী বিধেয়কৰ মূল উদ্দেশ্য। যুটীয়া সংসদীয় কমিটীয়ে বিধেয়কখন চালি-জাৰি চাই সংসদৰ শীতকালীন অধিবেশনত নিজৰ প্ৰতিবেদন দাখিল কৰাৰ কথা...