October 26, 2025 12:50 PM

views 16

গোৱালিয়ৰত অনুষ্ঠিত ষোড়শ চম্বল আন্তর্জাতিক চলচিত্র মহোৎসৱ ২০২৫ত অনচুনী চিখে চুটি ছবিৰ বাবে ড০ পার্থ সাৰথি মহন্তই শ্রেষ্ঠ পৰিচালকৰ সন্মান লাভ

গোৱালিয়ৰত অনুষ্ঠিত ষোড়শ চম্বল আন্তর্জাতিক চলচিত্র মহোৎসৱ ২০২৫ত অনচুনী চিখে নামৰ চুটি ছবিখনৰ বাবে আৰক্ষী বিষয়া তথা লেখক, কবি সাহিত্যিক, পৰিচালক ড০ পার্থ সাৰথি মহন্তই শ্রেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰিছে। ইয়াৰ পূৰ্বে যোৱা ছেপ্তেম্বৰত মুম্বাইত অনুষ্ঠিত উত্তৰ-পূব ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচিত্র মহোৎসবত উত্তৰ-পূবৰ বিশেষ শিতানত এই ছবিখনে শ্রেষ্ঠ পৰিচালক আৰু শ্রেষ্ঠ চুটি ছবিৰ বঁটাৰ লগতে বিশিষ্ট অভিনেত্রী সীমা বিশ্বাসে শ্রেষ্ঠ অভিনেত্ৰীৰ সন্মান অর্জন কৰিছিল। ইপিনে বিশিষ্ট চিত্র ভাস্কর্য শিল্পী আদ্য শৰ্মাৰ সোঁৱ...