ডাউনলোড
মোবাইল এপ

android apple
signal

June 17, 2025 12:43 PM

দেশত ২০২৬ চনৰ ১ অক্টোবৰ আৰু ২০২৭ৰ ১ মাৰ্চৰ পৰা দুটা পৰ্যায়ত হ’ব লোকপিয়ল

২০১১ চনৰ পাছত দুটা পৰ্যায়ত ভাৰতত প্ৰথমটো লোকপিয়ল অনুষ্ঠিত হ'ব। এই সন্দৰ্ভত দেশৰ মহাপঞ্জীয়কে জাৰি কৰা অধিসূচনা গৃহ মন্ত্ৰ্যালয়ৰ অধীনৰ ৰাজপত্ৰিকাত প্ৰকাশ পাইছে। কেন্দ্রীয় গৃহ মন্ত্ৰ...