October 6, 2025 8:50 PM October 6, 2025 8:50 PM
7
নতুন দিল্লীত আজি @150 ইউনিটী মার্শ্বৰ আয়োজন
চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে নতুন দিল্লীত আজি @150 ইউনিটী মার্শ্বৰ আয়োজন কৰা হয়। কেন্দ্রীয় যুৱ পৰিক্ৰমা আৰু ক্রীড়া মন্ত্রী ডাঃ মনসুখ মাণ্ডাভিয়াই এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা বার্তালপত তেওঁ কয় যে এই ইউনিটী মার্শ্বৰ দ্বাৰা কেৱল স্মৃতিক সোঁৱৰণ কৰাই নহয়, বৰঞ্চ ই হৈছে যুৱক-যুৱতীসকলক বিকাশৰ দৃষ্টিভংগীৰে বিকশিত ভাৰত আৰু আত্মনিৰ্ভৰ ভাৰতৰ পদক্ষেপসমূহেৰে আগবঢ়াই নিয়াৰ বাবে জাতীয় আন্দোলন। তেওঁ লগতে কয় যে এই পদক্ষেপৰ লক্ষ্য হৈছে যুৱক-যুৱতীসকলৰ মাজত ঐক্য, দেশপ্রেম আ...