January 19, 2025 12:10 PM

views 10

আই চি চি চেম্পিয়নছ ট্ৰফী আৰু ইংলেণ্ডৰ বিৰুদ্ধে হ’বলগীয়া এদিনীয়া শৃংখলাৰ বাবে ১৫জনীয়া ভাৰতীয় দল ঘোষণা

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদে আই চি চি চেম্পিয়নছ ট্ৰফী আৰু ইংলেণ্ডৰ বিৰুদ্ধে হ'বলগীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ বাবে ১৫জনীয়া দল ঘোষণা কৰিছে। এদিনীয়া দললৈ কুলদীপ যাদৱ আৰু মহম্মদ ছামীৰ প্ৰত্যাৱৰ্তন ঘটিছে। যশপ্রীত বুমৰাকো চেম্পিয়নছ ট্রফী ক্রিকেট প্রতিযোগিতাৰ বাবে দলত অন্তর্ভুক্ত কৰা হৈছে। ৰোহিত শর্মা নেতৃত্বাধীন ভাৰতীয় দলৰ বাকী সদস্যসকলৰ ভিতৰত আছে উপ-অধিনায়ক শুভমন গীল, বিৰাট কোহলি, অক্ষৰ পেটেল, অৰ্শদীপ সিং, ৰবীন্দ্ৰ জাদেজা, উইকেটকীপাৰ ঋষভ পণ্ট, ৱাশ্বিংটন সুন্দৰ, কে এল ৰাহুল, হার্দিক পাণ্ড...