November 13, 2025 8:04 PM

views 38

দিল্লী বোমা বিস্ফোৰণ সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত ১৫জনক আটক

দিল্লী বোমা বিস্ফোৰণ সন্দৰ্ভত সামাজিক মাধ্যমত আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত ৰাজ্যত বৰ্তমানলৈকে ১৫জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে যোৱা নিশা এই ঘটনা সংক্রান্তত ৯জন লোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে ইয়াৰ পূৰ্বে আপত্তিজনক মন্তব্য পোষ্ট কৰাৰ অভিযোগত ছজন লোকক গ্ৰেপ্তাৰ কৰিছিল। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰি কয় যে সন্ত্রাসবাদী কার্যকলাপত সমৰ্থন কৰা নাইবা হিংসাক প্রশ্রয় দিয়াসকলৰ বিৰুদ্ধে অসম আৰক্ষীয়ে আপোচবিহীন স্থিতি গ্ৰহণ কৰিব। হাইলাকান্দিত আজি সামাজ...