November 30, 2024 12:35 PM

views 14

দেশত ২৫ নৱেম্বৰপৰ্যন্ত প্ৰায় ১৪ লাখ জ্যেষ্ঠ নাগৰিকক আয়ুষ্মান ভে বন্দনা কার্ড প্ৰদান

চৰকাৰে কৈছে যে, আয়ুষ্মান ভাৰত-প্রধানমন্ত্রী জন আৰোগ্য যোজনাৰ অধীনত ২৫ নৱেম্বৰপৰ্যন্ত দেশৰ ৭০ বছৰ আৰু ইয়াৰ ঊৰ্ধ্বৰ প্ৰায় ১৪ লাখ জ্যেষ্ঠ নাগৰিকক আয়ুষ্মান ভে বন্দনা কার্ড প্ৰদান কৰা হৈছে। লোকসভাত এটা লিখিত প্রশ্নত্তোৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ৰাজ্যমন্ত্ৰী প্ৰতাপ ৰাও যাধৱে কয়, যে এই আঁচনিখনে বৰ্তমান ৭০ বছৰ আৰু ইয়াৰ ঊৰ্ধ্বৰ নাগৰিকসকলক প্ৰতি বছৰে ৫ লাখ টকাপৰ্যন্ত বিনামূলীয়া স্বাস্থ্য সুবিধা প্ৰদান কৰিছে। আঁচনিখনে প্রায় ৬ কোটি লোকক সামৰি আনুমানিক চাৰে ৪ কোটি হিতাধিকাৰী পৰিয়ালৰ বাবে এই সুব...