November 15, 2025 12:27 PM November 15, 2025 12:27 PM
9
গেংটকৰ পাংথাঙত ত্ৰয়োদশ আন্তঃৰাষ্ট্ৰীয় পর্যটন মেলা
পৰ্যটন মন্ত্ৰালয়ে ছিকিম চৰকাৰৰ পৰ্যটন বিভাগৰ সহযোগত গেংটকৰ পাংথাঙত ত্ৰয়োদশ আন্তঃৰাষ্ট্ৰীয় পর্যটন মেলা অনুষ্ঠিত কৰিছে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত কালি অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খান্দু, অৰুণাচলৰ পৰ্যটন মন্ত্ৰী পাচং দৰ্জে চোনা, অসমৰ পৰ্যটন মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, ছিকিমৰ পৰ্যটন মন্ত্ৰী ছেৰিং ঠেনডুপ ভূটীয়াৰ উপৰি পর্যাটন মন্ত্ৰালয়ৰ সচিব ভি বিদ্যাৱতী আৰু অকিৰিক্ত সচিব সুমন বিল্লাকে ধৰি ভালেকেইগৰাকী শীৰ্ষ বিষয়াই অংশগ্ৰহণ কৰে। অনুষ্ঠানত ভাষণ দি অসমৰ পৰ্যটন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে প্রধানমন্ত্ৰ...