June 8, 2025 9:03 PM June 8, 2025 9:03 PM

views 3

কেন্দ্ৰীয় চৰকাৰে যোৱা ১১ বছৰে উত্তৰ-পূৰ্বাঞ্চলত কেৱল আন্তঃগাঁথনিকে নহয়, জনসাধাৰণৰ বাবেও বিনিয়োগ কৰি আহিছে

সেৱা, সুশাসন আৰু গৰীৱ কল্যাণৰ আদৰ্শৰে দেশে ৰূপান্তৰৰ এটা দশক সম্পূৰ্ণ কৰিছে। চৰকাৰে যোৱা ১১ বছৰে বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ সন্দৰ্ভত আকাশবাণীয়ে বিশেষভাৱে প্ৰচাৰ কৰিছে। কেন্দ্ৰীয় চৰকাৰে যোৱা ১১ বছৰে উত্তৰ-পূৰ্বাঞ্চলত কেৱল আন্তঃগাঁথনিকে নহয়, জনসাধাৰণৰ বাবেও বিনিয়োগ কৰি আহিছে। চৰকাৰৰ পি এম ডিভাইন উত্তৰ-পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনি আৰু অভিলাষী জিলা আঁচনিৰ দৰে ধবজাবাহী আঁচনিৰ জৰিয়তে অঞ্চলটোৰ তৃণমূল পৰ্যায়ৰ উন্নয়ন ক্ষিপ্ৰতৰ কৰি তুলিছে। জন-ধন যোজনাৰ জৰিয়তে ৩ লাখ...