April 17, 2025 8:05 PM April 17, 2025 8:05 PM
5
উচ্চতৰ মাধ্যমিক প্রথম বৰ্ষৰ নামভৰ্তিৰ বাবে আজিৰে পৰা দৰ্পণ নামভৰ্তি প’ৰ্টেল মুকলি
অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উচ্চতৰ মাধ্যমিক প্রথমবৰ্ষৰ নামভৰ্তিৰ বাবে আজিৰে পৰা ২৪ এপ্ৰিললৈ দৰ্পণ নামভৰ্তি প'ৰ্টেল মুকলি কৰিছে। পৰিষদৰ সংমণ্ডল ২ৰ সচিবে জাৰি কৰা নিৰ্দেশ অনুসৰি উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ বিভিন্ন শিক্ষানুষ্ঠানত নামভৰ্তিৰ বাবে ছাত্র-ছাত্রীসকলে www.darpan.ahseconline. in অথবা www.ahsec. assam.gov.in ৰ জৰিয়তে অনলাইন আবেদন দাখিল কৰিব পাৰিব। অনলাইন আবেদন দাখিলৰ পাছত ২৫ৰ পৰা ২৬ এপ্ৰিলৰ ভিতৰত শিক্ষানুষ্ঠানসমূহে যোগ্যতাৰ তালিকা আৰু অপেক্ষাৰত তালিকা প্রস্তুত কৰি ২৭ এপ্ৰিলত প্ৰকাশ...