October 2, 2024 8:11 PM
15
বিশ্বৰ বিভিন্ন প্ৰান্তত স্বচ্ছ ভাৰত অভিযানৰ ১০ বছৰীয়া বৰ্ষপূৰ্তি উদযাপন
স্বচ্ছতাৰ বাবে অন্যতম উল্লেখযোগ্য গণ আন্দোলন স্বচ্ছ ভাৰত অভিযানে ১০ বছৰ সম্পূৰ্ণ কৰিলে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বচ্ছতাক এক গণ আন্দোলনৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত ১৪০ কোটি দেশবাসীৰ প্ৰচেষ্টাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি কয় যে এখন পৰিষ্কাৰ, পৰিচ্ছন্ন ভাৰত লাভ কৰিবলৈ নিৰৱচ্ছিন্নভাৱে প্ৰয়াস অব্যাহত ৰাখিব লাগিব। এই অভিযানৰ সফলতাত প্ৰতিজন ভাৰতীয়ই অৱদান আগবঢ়াইছে বুলিও তেওঁ মন্তব্য কৰে। এই অভিযানৰ সফলতাৰ বাবে তেওঁ সমগ্ৰ দেশবাসীৰ লগতে চাফাই কৰ্মী, ধৰ্মীয় গুৰু, ক্রীড়াবিদ, জনপ্রিয় ব্যক্তিসকল, বিভ...