July 23, 2025 1:37 PM

views 17

ৰাজ্যত পুনৰ ১০ খন নতুন সমজিলা গঠন কৰা হ’ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

ৰাজ্যত পুনৰ ১০ খন নতুন সমজিলা গঠন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমত প্ৰকাশ কৰিছে। এই জিলাকেইখন ১৫ আগষ্টৰ পৰা পূৰ্ণ পৰ্যায়ত কাৰ্যকৰী হ'ব বুলি তেওঁ প্ৰকাশ কৰিছে। নতুনকৈ গঠন হ'বলগীয়া সমজিলাকেইখনে প্রশাসনিক কাম-কাজ সহজ কৰি জনসাধাৰণৰ বাবে চৰকাৰী সেৱাসমূহ লাভ কৰাৰ প্ৰক্ৰিয়াটো অধিক সৰল কৰি তুলিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে। মুখ্যমন্ত্রীয়ে বকো-ছয়গাঁও, পলাশবাৰী, বৰছলা, ৰঙাপাৰা, মাকুম, ডিগবৈ, টীয়ক, মৰিয়নি, ধলাই আৰু দুধনৈ সমজিলাক অহা ১৫ আগষ্টৰ পৰা পূৰ্ণ পৰ্য...