October 30, 2025 9:21 PM

views 51

দেশত প্ৰায় ১০ হাজাৰটা কৃষক উৎপাদক সংস্থা গঠন কৰা হৈছেঃ কেন্দ্ৰীয় কৃষিমন্ত্রী শিৱৰাজ সিং চৌহান

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রী শিৱৰাজ সিং চৌহানে জনাইছে যে, এতিয়ালৈকে দেশত প্ৰায় ১০ হাজাৰটা কৃষক উৎপাদক সংস্থা গঠন কৰা হৈছে আৰু এই সংস্থাসমূহৰ বহুতৰে বছৰি আয়ে ১০০ কোটি টকা চুবলৈ সমৰ্থ হৈছে। নতুন দিল্লীত দুদিনীয়াকৈ অনুষ্ঠিত সমাগম ২০২৫ শীৰ্ষক অনুষ্ঠানত উপস্থিত থাকি আজি মন্ত্ৰীগৰাকীয়ে কয়, যে এই সংস্থাসমূহৰ এহাজাৰ ১০০টা সংস্থাই কোটিপতি হৈছে আৰু লগতে ৫২ লাখ কৃষক ইয়াৰ দ্বাৰা উপকৃত হৈছে। মন্ত্ৰীগৰাকীয়ে লগতে জানিবলৈ দিয়ে যে, কেন্দ্ৰীয় চৰকাৰে এই সংস্থাসমূহৰ জৰিয়তে অনাগত সময়ত দুই কোটি...