May 16, 2025 11:42 AM
হীৰা ব্যৱসায়ী নীৰব মোদীৰ শেহতীয়া জামিন আৱেদন খাৰিজ লণ্ডনৰ উচ্চ ন্যায়ালয়ৰ
লণ্ডনৰ উচ্চ ন্যায়ালয়ে হীৰা ব্যৱসায়ী নীৰব মোদীৰ শেহতীয়া জামিন আৱেদন খাৰিজ কৰিছে। নীৰব মোদী সম্প্ৰতি লণ্ডনৰ কাৰাগাৰত বন্দী হৈ আছে। ১৩ হাজাৰ কোটি টকীয়া পঞ্জাব নেচনেল বেংক প্রৱঞ্চনা গো...