ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ছুইডেনৰ ষ্টকহোমৰ অ’ৰেব্ৰ’ চহৰৰ এটা শৈক্ষিক কেন্দ্ৰত বন্দুকধাৰীৰ গুলীত ১০জন লোকৰ মৃত্যু

ছুইডেনৰ ষ্টকহোমৰ পৰা প্ৰায় ২০০ কিলোমিটাৰ পশ্চিমত অৱস্থিত অ’ৰেব্ৰ’ চহৰৰ এটা শৈক্ষিক কেন্দ্ৰত কালি এজন বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলীচালনাত কমেও ১০ জন লোকৰ মৃত্যু হয়। মৃত লোকসকলৰ ভিতৰত বন্দুকধাৰীজনো আছে বুলি ছুইডেনৰ আৰক্ষীয়ে প্ৰকাশ কৰিছে। অৱশ্যে এই ঘটনাত মৃত্যু হোৱা লোকৰ প্রকৃত তথ্য এতিয়াও সঠিকভাৱে জানিব পৰা হোৱা নাই। আৰক্ষীয়ে মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে ।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।