নতুন দিল্লীৰ নেহৰু প্লেনেটৰিয়ামত শুভাংশু শুক্লাৰ ‘আর্যভট্ট গেলেৰী’ মুকলি

ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে গ্রুপ কেপ্তেইন শুভাংশু শুক্লাই আজি নতুন দিল্লীৰ নেহৰু প্লেনেটৰিয়ামত আর্যভট্ট গেলেৰী মুকলি কৰে। সংবাদ মাধ্যমৰ আগত শ্ৰী শুক্লাই দেশৰ বাবে এই সোণালী সময়ত তেওঁ গৌৰৱ অনুভৱ কৰিছে বুলি প্ৰকাশ কৰে। দেশৰ যুৱ প্ৰজন্মক উৎসাহিত কৰি নিজৰ সপোন পূৰণৰ বাবে উৎসুক হৈ থাকিবলৈ আহ্বান জনাই তেওঁ কয়, যে দেশৰ ভালেমান অভিলাষী সপোন আছে আৰু জনসাধাৰণ সপোনক বাস্তৱায়িত কৰিবলৈ চৰকাৰে সহায় কৰা উচিত।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।