ৰাজ্যসভাৰ সাংসদ হিচাপে ছোনিয়া গান্ধীৰ শপতগ্রহণ

⇒ জ্যেষ্ঠ কংগ্ৰেছ নেত্রী ছোনিয়া গান্ধীয়ে আজি ৰাজ্যসভাৰ সাংসদ হিচাপে শপতগ্রহণ কৰে। ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ে শপত গ্ৰহণ কৰোৱায়। শ্ৰীমতী গান্ধী ৰাজস্থানৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।