শিৱসাগৰৰ সামাজিক, সাংস্কৃতিক সংগঠন প্রভাতী সংঘৰ উদ্যোগত কালি গছপুলি ৰোপণ কাৰ্যসূচী গ্ৰহণ কৰা হয়। সদ্যপ্রয়াত শিল্পী জুবিন গাৰ্গৰ প্রতি শ্রদ্ধা নিবেদন কৰি সংঘৰ কৰ্মকৰ্তাসকলে জেঙণিকটীয়া দুই আলিমাজ অঞ্চলত ১০০টা নাহৰ পুলি ৰোপণ কৰা হয়। সংঘৰ সদস্যসকলে ৰোপণ কৰা গছপুলিৰ সঠিক যতন লোৱাৰ দায়িত্ব গ্ৰহণ কৰাৰ লগতে অনাগত সময়ত এই কাৰ্যসূচী ব্যাপক ৰূপত গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে।
Site Admin | October 29, 2025 11:32 AM | sivsagar plantation
শিৱসাগৰৰ সামাজিক, সাংস্কৃতিক সংগঠন প্রভাতী সংঘৰ উদ্যোগত গছপুলি ৰোপণ কাৰ্যসূচী
 
		 
									 
									 
									 
									 
									