ডাউনলোড
মোবাইল এপ

android apple
signal

December 12, 2024 12:11 PM | sivasagar parag utsav

printer

শিৱসাগৰৰ পানীদিহিঙৰ বিজয় পেগু ক্ষেত্ৰত ১-৩ ফেব্ৰুৱাৰীলৈ পঃৰাগ উৎসৱ

শিৱসাগৰ জিলাৰ পানীদিহিং মৌজাৰ চোমনি মিছিং গাঁৱৰ ৰাইজৰ উদ্যোগত বিজয় পেগু ক্ষেত্ৰত পঃৰাগ উৎসৱ অনুষ্ঠিত হ’ব। পহিলা ফেব্ৰুৱাৰীৰ পৰা ৩ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া এই উৎসৱৰ লাইখুঁটা কালি স্থাপন কৰা হয়। লাইখুঁটা স্থাপন অনুষ্ঠানত উদযাপন সমিতিৰ বিষয়ববীয়াকে ধৰি যথেষ্ট সংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।