ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ উদ্যোগত আৰু ছিপাঝাৰৰ পশ্চিম চুবা ন-যুৱক সংঘৰ উদ্যোগত আজি দৰং জিলাৰ ছিপাঝাৰত ৭১ সংখ্যক বন্য প্রাণী সপ্তাহ উপলক্ষে সজাগতা সভা অনুষ্ঠিত হয়। সভাত মানুহ আৰু বন্য প্ৰাণীৰ সহাৱস্থান সন্দৰ্ভত আলোচনা কৰা হয় ।
Site Admin | October 4, 2025 6:59 PM | sipajhar awarness camp
ছিপাঝাৰত ৭১সংখ্যক বন্য প্রাণী সপ্তাহ উপলক্ষে সজাগতা সভা