শিলচৰত মাদক দ্রব্যসহ দুজন সৰবৰাহকাৰীক আটক

কাছাৰ আৰক্ষীয়ে শিলচৰৰ ৰংপুৰত মাদক দ্রব্য বিৰোধী অভিযান চলাই বিশেষ সফলতা লাভ কৰিছে। আৰক্ষীয়ে আজি চুবুৰীয়া ৰাজ্যৰ পৰা অহা এখন বাহনত তালাচী চলাই ২১ হাজাৰ ৬০০ বটল নিষিদ্ধ কফছিৰাপ জব্দ কৰে। জব্দ কৰা কফছিৰাপখিনিৰ বজাৰ মূল্য ২ কোটি টকাৰো অধিক বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। কাছাৰ আৰক্ষীয়ে এই সংক্ৰান্তত দুজন সৰবৰাহকাৰীকো আটক কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।