আন্তঃৰাষ্ট্ৰীয় শ্বুটিং স্পর্ট ফেডাৰেচন বিশ্বকাপত ভাৰতৰ দ্বিতীয় স্থান দখল

আৰ্জেণ্টিনাৰ বিউন’জ এয়াজত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় শ্বুটিং স্পর্ট ফেডাৰেচন বিশ্বকাপত ভাৰতে দ্বিতীয় স্থান দখল কৰিছে। ভাৰতে চাৰিটা সোণ, দুটা ৰূপ আৰু দুটা ব্ৰঞ্জসহ মুঠ ৮টা পদক লাভ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।