কামৰূপ জিলাৰ আমিনগাঁৱৰ শৰাইঘাট দলঙৰ সমীপত অসম পর্যটন নিগমে নিৰ্মাণ কৰা অত্যাধুনিক শৰাইঘাট লেক পার্কখন আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সন্ধিয়া এই অত্যাধুনিক উদ্যানখন মুকলি কৰিব। ইয়াৰ বাবে প্ৰশাসনে যাৱতীয় ব্যৱস্থা সম্পূৰ্ণ কৰি তুলিছে।
Site Admin | August 4, 2025 12:57 PM | sarighat park
আজি আনুষ্ঠানিকভাৱে শৰাইঘাট লেক পার্কখন মুকলি
