ব্ৰহ্মপুত্ৰৰ ওপৰত থকা পুৰণি শৰাইঘাট দলংখনৰ জৰুৰীভাৱে মেৰামতি কৰাৰ বাবে আজি নিশা ১১ বজাৰ পৰা কাইলৈ পুৱা ৫ বজাপর্যন্ত দলংখনৰে যাতায়াতৰ সুবিধা বন্ধ থাকিব। এই সময়ছোৱাত নতুন দলংখনেৰেই উভয় দিশৰ পৰা যান-বাহনে অহা-যোৱা কৰিব লাগিব। উত্তৰ-পূব সীমান্ত ৰে’লৱেই আজি এখন প্ৰেছ বিজ্ঞপ্তি যোগে এই কথা প্ৰকাশ কৰিছে।
Site Admin | August 10, 2024 1:14 PM | Saraighat bridge
মেৰামতিৰ বাবে আজি নিশা ১১ বজাৰ পৰা কাইলৈ পুৱা ৫ বজাপর্যন্ত শৰাইঘাট দলংখনৰে যাতায়াতৰ সুবিধা বন্ধ
