ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ ১২ মে’ত মঞ্চস্থ কৰা হ’ব ‘কাৰেঙৰ লিগিৰী’

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত অহা ১২ মে’ৰ সন্ধিয়া ৬ বজাত দিছপুৰ মহাবিদ্যালয়ৰ ড্রামাটিক ছ’চাইটীৰ উদ্যোগত জ্যোতিপ্ৰসাদ আগৰৱালাৰা বহু সমাদৃত নাটক ‘কাৰেঙৰ লিগিৰী’ মঞ্চস্থ কৰা হ’ব। বিশিষ্ট নাট পৰিচালক মাণিক আহমেদৰ দ্বাৰা পৰিচালিত আৰু দিছপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা অভিনীত নাটকখনি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে উদ্বোধন কৰিব। নাট্যানুষ্ঠানটোত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ ননীগোপাল মহন্তৰ লগতে আনকেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।