ডাউনলোড
মোবাইল এপ

android apple
signal

May 23, 2025 8:25 PM | Road Accident

printer

অন্ধ্ৰ প্ৰদেশৰ প্ৰকাছম জিলাৰ ৫৪৪-এফ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এটা দুৰ্ঘটনাত ৬জন লোকৰ প্ৰাণহানি

অন্ধ্ৰ প্ৰদেশৰ প্ৰকাছম জিলাৰ ৫৪৪-এফ ৰাষ্ট্ৰীয় ঘাইপথত আজি সংঘটিত এটা দুৰ্ঘটনাত ছজন লোকৰ প্রাণহানি হোৱাৰ লগতে আন দুজন গুৰুতৰভাৱে আহত হয়। কোমাৰৌলু মণ্ডলৰ থাটিছেৰলা মটু কেন্দ্ৰত এখন গাড়ীয়ে ট্রাক এখনত খুন্দিওৱাৰ ফলত দুৰ্ঘটনাটো ঘটে। আহতসকলক গিড্ডালুৰ চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা হয়। নিহত লোককেইজনক বাপালা মণ্ডলৰ ষ্টুৱাৰ্টপুৰমৰ বাসিন্দা বুলি চিনাক্ত কৰা হৈছে।

 

অধিক পঢ়ক

সকলো চাওক