December 20, 2025 8:00 PM | RBI

printer

ভাৰতীয় ৰিজার্ভ বেংকৰ ৬২০ সংখ্যক বৈঠকত বেংকসমূহৰ বাবে এটা শংকা আধাৰিত জমা বীমা পৰিকাঠামোত মঞ্জুৰি

ভাৰতীয় ৰিজার্ভ বেংকৰ সঞ্চালকসকলৰ কেন্দ্ৰীয় পৰিষদে কালি হায়দৰাবাদত অনুষ্ঠিত বেংকৰ ৬২০ সংখ্যক বৈঠকত বেংকসমূহৰ বাবে এটা শংকা আধাৰিত জমা বীমা পৰিকাঠামোত মঞ্জুৰি দিছে। যোৱা অক্টোবৰত ৰিজার্ভ বেংকে দিয়া এটা বিবৃতিত শংকা আধাৰিত প্রিমিয়াম আৰ্হিৰ প্ৰস্তাৱ দিয়া হৈছিল। পৰিষদে আন্তর্জাতিক আৰু ঘৰুৱা অর্থনৈতিক পৰিস্থিতি সন্দর্ভতো আলোচনা কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।