নতুন দিল্লীত অনুষ্ঠিত আই এছ এছ এফ জুনিয়ৰ ৱৰ্ল্ড কাপ প্রতিযোগিতাত ভাৰতৰ ৰশ্মিকা ছেহগাল আৰু কপিলৰ সোণৰ পদক

নতুন দিল্লীৰ ড০ কনি সিং ৰেঞ্জত অনুষ্ঠিত আই এছ এছ এফ জুনিয়ৰ ৱৰ্ল্ড কাপ প্রতিযোগিতাত আজি ১০ মিটাৰ এয়াৰ পিষ্টলৰ মিক্সড শাখাত ভাৰতৰ ৰশ্মিকা ছেহগাল আৰু কপিলে সোণৰ পদক অৰ্জন কৰে। তেওঁলোকে প্রতিযোগিতাৰ ফাইলেনত বংশীকা চৌধাৰী আৰু এণ্টনি জনাথন গেভিনক ১৬-১০ ব্যৱধানত পৰাস্ত কৰে। এই শাখাত স্পেইনৰ যুটিটোৱে ব্ৰঞ্জৰ পদক লাভ কৰে ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।