October 2, 2024 8:24 PM | Ranji trophy

printer

ৰঞ্জী ট্ৰফীৰ প্ৰথমখন খেলৰ বাবে ৰাজ্যিক দলৰ খেলুৱৈৰ লগতে সহায়কসকলৰ নাম ঘোষণা

অহা ১১ অক্টোবৰৰ পৰা গুৱাহাটীৰ বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত ঝাৰখণ্ডৰ বিৰুদ্ধে হ’বলগীয়া ৰঞ্জী ট্ৰফীৰ প্ৰথমখন খেলৰ বাবে অসম ক্রিকেট সন্থাই ৰাজ্যিক দলৰ খেলুৱৈৰ লগতে সহায়কসকলৰ নাম ঘোষণা কৰিছে। ডেনিছ দাসৰ অধিনায়কত্বত গঠন কৰা এই দলটোত সুমিত ঘাড়ি গাউকাৰ আৰু ৰুহিনন্দন পেগুক উইকেট কীপাৰ হিচাপে ৰখা হৈছে। অসম ক্ৰিকেট সন্থাই প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা প্ৰকাশ কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।