ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 9, 2024 5:41 PM | Rajasthan

printer

আজিৰে পৰা ৰাজস্থানত ভাৰত আৰু আমেৰিকান সেনাবাহিনীৰ সংযুক্ত অনুশীলন আৰম্ভ

ৰাজস্থানৰ বিকানীৰৰ মহাজন ফিল্ড ফায়াৰিং ৰেঞ্জত ভাৰত আৰু আমেৰিকান সেনাবাহিনীৰ সংযুক্ত অনুশীলন আজি পুৱাৰে পৰা আৰম্ভ হৈছে। অনুশীলনৰ পূৰ্বে পেৰেড সমাৰোহ অনুষ্ঠিত কৰা হয়। এই যুদ্ধ অনুশীলনত ভাৰতীয় সেনাবাহিনীৰ দক্ষিণ পশ্চিম কামাণ্ডৰ সেনা আৰু আমেৰিকাৰ মুঠ এহেজাৰ ২০০ গৰাকী সেনাই অংশগ্ৰহণ কৰিছে। দুয়োখন দেশৰ সেনাই ১৫ দিন ধৰি যুদ্ধৰ বিভিন্ন ৰণনীতিৰ অনুশীলন কৰিব।