ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

April 23, 2025 12:31 PM | Ragbi

printer

আজিৰে পৰা দ্বাদশ ছিনিয়ৰ নেচনেল ৰাগবী 7S চেম্পিয়নশ্বিপ

ৰাগবী ইণ্ডিয়া আৰু অসম ৰাগবী এছচিয়েচনৰ উদ্যোগত গুৱাহাটীৰ ইন্দিৰা গান্ধী ইনডৰ ষ্টেডিয়ামত আজিৰে পৰা দ্বাদশ ছিনিয়ৰ নেচনেল ৰাগবী 7S চেম্পিয়নশ্বিপৰ আয়োজন কৰা হৈছে৷ এই প্ৰতিযোগিতাত ২৬ খন ৰাজ্যৰ ৫২টা দলে অংশগ্ৰহণ কৰিব। প্ৰতিযোগিতা এশগৰাকী দলীয়া বিষয়া আৰু ৩০ গৰাকী ৰাষ্ট্ৰীয় কাৰিকৰী বিষয়াইও ভাগ লব। আজি আৰু কাইলৈ মহিলাৰ খেলসমূহ অনুষ্ঠিত হব আৰু ২৭ আৰু ২৮ এপ্ৰিলত পুৰুষৰ খেলসমূহ অনুষ্ঠিত হব।