ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

QS World University Ranking 2026 ক প্রধানমন্ত্ৰী মোদীৰ আদৰণি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিশ্ব শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰখনত ভাৰতৰ ক্ৰমবৰ্ধমান উন্নতিৰ প্ৰমাণ হিচাপে QS World University Ranking 2026-ক আদৰণি জনায়। কেন্দ্রীয় মন্ত্রী ধর্মেন্দ্র প্রধানে সামাজিক মাধ্যমত প্ৰকাশ কৰা এটা পোষ্টৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে QS World University 2026 Ranking য়ে আমাৰ শিক্ষা খণ্ডৰ বাবে এটা ভাল খবৰ কঢ়িয়াই আনিছে। শ্ৰীমোদীয়ে পুনৰ দৃঢ়তাৰে কয় যে ভাৰতৰ যুৱক-যুৱতীসকলৰ সুবিধার্থে গৱেষণা আৰু উদ্ভাৱনৰ পৰিৱেশক আগুৱাই নিয়াৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ।