ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৰাজকুমাৰ ৰোহিম আল হুছেইনীক ইছমাইলী মুছলমানৰ আধ্যাত্মিক নেতা নতুন আগা খান হিচাপে নামকৰণ

ৰাজকুমাৰ ৰোহিম আল হুছেইনীক ইছমাইলী মুছলমানৰ অধ্যাত্মিক নেতা নতুন আগা খান হিচাপে নামকৰণ কৰা হৈছে। পিতৃৰ ইচ্ছাপত্ৰত আগা খান পঞ্চম নামেৰে চিহ্নিত ৫৩ বছৰীয়া ৰাজকুমাৰ ৰোহিম ইছমাইলীসকলৰ ৫০ সংখ্যক বংশগত ইমাম হিচাপে পৰিগণিত হয়। তেওঁৰ পিতৃ আগা খান চতুৰ্থ তথা ইছলাম ধৰ্মগুৰু ৰাজকুমাৰ কৰিম আল হুছেইনীয়ে ৮৮ বছৰ বয়সত যোৱা মঙলবাৰে পৰ্টুগালত শেষ নিশ্বাস ত্যাগ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।