অহা শনিবাৰ আৰু দেওবাৰে উত্তৰ লখিমপুৰ প্ৰেছ ক্লাবৰ দ্বিবার্ষিক অধিবেশন অনুষ্ঠিত হ‘ব। বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা অধিবেশনত মুখ্যমন্ত্ৰীৰ বিশেষ পুঁজিৰে নিৰ্মিত এটা প্ৰেক্ষাগৃহ উদ্বোধন কৰা হ‘ব। কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি জ্যেষ্ঠ আৰু কনিষ্ঠ সাংবাদিকৰ অন্তৰংগ আলাপ অনুষ্ঠানৰো আয়োজন কৰা হৈছে। অধিবেশনত সমাজসেৱী সকলকো সম্বৰ্ধনা জ্ঞাপন কৰা হ‘ব ।
Site Admin | July 4, 2024 1:20 PM | Uttar lakhimpur press club
অহা শনি আৰু দেওবাৰে উত্তৰ লখিমপুৰ প্ৰেছ ক্লাবৰ দ্বিবার্ষিক অধিবেশন