ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাক নাগালেণ্ডৰ ৰাজ্যপালৰ অতিৰিক্ত দায়িত্ব অর্পণ কৰিছে। ৰাষ্ট্ৰপতি ভৱনৰ তৰফৰ পৰা জাৰি কৰা এখন বিজ্ঞপ্তিত এই বুলি কোৱা হৈছে, যে নাগালেণ্ডৰ ৰাজ্যপাল লা গণেশনৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত শ্ৰী ভাল্লাক মণিপুৰৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে।
Site Admin | August 17, 2025 1:47 PM | President Appoints Manipur Governor Ajay Kumar Bhalla as Governor of Nagaland
মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাক নাগালেণ্ডৰ ৰাজ্যপালৰ অতিৰিক্ত দায়িত্ব অর্পণ