ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

July 29, 2025 10:46 PM | Prasanta Phukan

printer

মানকাচৰৰ হাটশিঙিমাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত প্ৰশাসন আৰু বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াৰ সৈতে মন্ত্ৰী প্ৰশান্ত ফুকনৰ পর্যালোচনা বৈঠক

শক্তি আৰু দক্ষতা বিকাশ বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকনে আজি মানকাচৰৰ হাটশিঙিমাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত প্ৰশাসন আৰু বিভিন্ন বিভাগৰ মুৰববী বিষয়াৰ সৈতে এখন পর্যালোচনা বৈঠকত মিলিত হয়। অহা ১৫ আগষ্টৰ ভিতৰত জিলাখনৰ উন্নয়নক লৈ আৰু কেইবাগৰাকী মন্ত্ৰীয়ে মানকাচৰ পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীক প্ৰতিবেদন দাখিল কৰিব বুলি মন্ত্ৰী শ্ৰীফুকনে সাংবাদিকক জানিবলৈ দিয়ে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।